Skip to content Skip to navigation

ADI manages JSVN schools near Guwahati

Jeevan Sadhana Vidya Niketan (JSVN) is a cluster of four (4) schools in remote areas in and around Guwahati, Assam for 3 - 12 year old children from poor economic background. The schools are established as part of the Shanti Sadhana Ashram (SSA), Basistha, Guwahati and are managed by Assam Development Initiative (ADI). Currently, the schools are operated at Paschim Killing, Dharbam, Robingaon and Basistha.

 The current student enrollment is approximately 350 (2017) and the operating budget is Rupees 7-8 lakhs. 75% of the operating fund is provided by "Asha for Education", a non-profit organization from USA, engaged in supporting education among the needy children in various parts of India. The remainder of the fund is organized by ADI and SSA. ADI organizes schools visit  2 to 3 times a year and an annual report is submitted to to stakeholders. Art competetions, sports activities are arranged as and when feasible. In 2017, Asha has committed to provide funding for refurbishing the school buildings and the infrastructure. There is an urgent need for fund to a) make the schools sustainable and 

A number of students feom JSVN schools went on to study in the Middle and High schools and successfully graduated.

Reported by Hiren Sarma on September 20'2017.

 

"জীৱন সাধনা বিদ্য়া নিকেতন" (জে এচ্ ভি এন্) গুৱাহা‍টীৰ আশে পাশে দুখীয়া আৰু অনু্ন্নত গাৱঁত অৱস্থিত চাৰিখন স্কুলৰ এটা গোট।  পশ্চিম কিলিং, ধাৰবাম, ৰবিনগাওঁ আৰু বশিষ্ঠৰ এই স্কুল কেইখন 'শান্তি সাধনা আশ্ৰম"ৰ দ্বাৰা স্থাপিত। 'অসম ডেভলপমেন্ট ইনিচিয়েটিভ' ন্য়াসৰ দ্বাৰা পৰিচালিত স্কুল চাৰিখনত ৩-১২ বছৰীয়া লৰা-ছোৱালীক প্ৰি-প্ৰাইমেৰীৰ পৰা অষ্টম্ মান শ্ৰেণীলৈকে শিক্ষা দিয়া হয়।

জে এচ্ ভি এন্ স্কুলৰ বছেৰেকীয়া অপাৰে‌টিং বাজেট প্ৰায় ৭-৮ লাখ টকা। ইয়াৰে শতকৰা ৭৫ ভাগৰ জোগাৰ ধৰে আমেৰিকাৰ মুনফাবিহীন সংস্থা 'আশা ফৰ্ এডুকেচনে্' আৰু বাকী পুঁজিৰ জোগাৰ হয় 'এ ডি আই' আৰু 'শান্তি সাধনা আশ্ৰম'ৰ যোগেদি। বছেৰেকত ২-৩ বাৰ মান স্কুল প্ৰদৰ্শণ কৰি বছেৰেকীয়া ৰিপোৰ্ট তৈয়াৰ কৰাৰ উপৰিও 'এ ডি আই'ৰ সভ্য় সকলে লৰা-ছোৱালীবিলাকৰ মাজত সময়ে সময়ে ছবি প্ৰতিযোগিতা, খেলা ধূলাৰো ব্য়ৱস্থা কৰে।

২০১৭ চনত 'আশা'ই স্কুলৰ ঘৰ-দুৱাৰ, পানী যোগান আদিৰ উন্নতি সাধনৰ কাৰণে পুঁজিৰ যোগান ধৰিবলৈ প্ৰতিশ্রুতি দিয়ে।

'জে এচ্ ভি এন্' স্কুলৰ পৰা ওলোৱা অনেক ছাত্র-ছাত্রীয়ে ওচৰৰ গাৱঁৰ আৰু নগৰৰ হাই স্কুলৰ পৰা সুখ্য়াতিৰে ফাইনেল পৰীক্ষা পাচ কৰি 

ওলাইছে।

ৰিপোৰ্ট তৈয়াৰ কৰিছে:হীৰেন শৰ্মাই চেপ্টেম্বৰ ২০'২০১৭ তাৰিখে